সম্পাদনা/বিভাগীয় মেজ

 Our Theme

"কৰ্মই ধৰ্ম গতিকে কাম কৰি যাব লাগে,ফলবোৰ মিঠা নে তিতা ভৱিষ্যই ক'ব"



আমাৰ এইটো প্ৰয়াসে অনলাইনৰ মজিয়াত কিমান দিনলৈ আমাৰ কৰ্ম অটুত হৈ থাকে,সঠিকভাৱে কব নোৱাৰো যদিওঁ আমি অনায়াসে আমাৰ কৰণীয়বোৰ কৰি যাবলৈ চেষ্টা কৰিম॥ আমি এই অনলাইনৰ জগতত অভিজ্ঞতা থকা যুৱ চাম নহ'য়।তথাপিওঁ এষাৰ কথা আছে নহয়,কাম কৰাৰ পাছতেহে অভিজ্ঞতাপূৰ্ণ হৈ উঠে।আশা কৰিছো আপোনালোকে আমাৰ ক্ৰুটিবোৰ দেখুৱাই দিয়ে,আমাৰ ভূলবোৰ দেখুৱাই দিবলৈ বাৰ্তা যোগেৰে ক'ব পাৰি অথবা যোগাযোগ কক্ষত আমাক পৰামৰ্শ দিব পাৰিব॥

Tapan Payeng/Karsang Takar

(Bsc.Botany),

Founder and CEO of

Notun Tathya Asomiya

Sunil   Payeng/S.Kr.P

(Masters from

Rajiv Gandhi University in History),

Founder and Executive of

Notun Tathya Asomiya

Aditya Payeng/Aditya P.,

Chief Adv.of

Notun Tathya Asomiya..

Parismita Payeng,

Asst.Adv of

Notun Tathya Asomiya,

Masters in Education.


0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ